1.ই-ফাইলিং পৰ্টেলত পঞ্জীয়ন নকৰিলে মই অভিযোগ উত্থাপন কৰিব পাৰিমনে?

হয়, আপুনি যদি ই-ফাইলিং পৰ্টেলত পঞ্জীয়ন কৰা নাই তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰে।

2.উত্থাপিত অভিযোগৰ অৱস্থা কেনেকৈ পৰীক্ষা কৰিব পাৰি?

আপুনি লʼগইনৰ পূৰ্বে আৰু লʼগইনৰ পিছত, দুয়ো ক্ষেত্ৰতে অভিযোগৰ স্থিতি পৰীক্ষা কৰিব পাৰে।

3. কোনবোৰ বিভাগৰ বাবে মই ই-ফাইলিং পৰ্টেলত অভিযোগ উত্থাপন কৰিব পাৰো?

তলৰ বিভাগসমূহৰ বাবে অভিযোগ উত্থাপন কৰিব পাৰে:

  • ই-ফাইলিং
  • AO
  • CPC-TDS
  • CPC-ITR

4.অভিযোগ উত্থাপন কৰাৰ বাবে মই ই-ভেৰিফাই কৰিব লাগিবনে?

নহয়, ই-ভেৰিফাই কৰাৰ প্ৰয়োজন নাই

 

হ্ৰস্বনাম/সংক্ষিপ্ত ৰূপ

বিৱৰণ/সম্পূৰ্ণ ৰূপ

ITR

আয়কৰ ৰিটাৰ্ণ

DSC

ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ

AY

মূল্যায়ন বৰ্ষ

TY

কৰ বৰ্ষ

PY

পূৰ্বৱৰ্তী বৰ্ষ

FY

বিত্তীয় বৰ্ষ